গর্ভৱতীকৰণৰ ২১-২২ দুসপ্তাহৰ ভিতৰত,
ফুচফুচে উশাহ লবলৈ কিছুমান ক্ষমতা পায়৷
ইয়াক বাচি থকাৰ সাধ্যতাৰ
বয়স বিবেচনা কৰা হয়
কাৰণ কিছুমান ভ্রুণৰ কাৰণে গর্ভৰ বাহিৰত
জীয়াই থকাটো সম্ভৱ হয়৷
মেডিকেল উন্নতিৰ এটা
সুদীর্ঘ উত্তৰাধিকাৰ সূত্রই
নির্দিষ্ট সময়ৰ আগতে জন্মহোৱা
কেচুৱাৰ জীৱনৰ বচাই ৰখা সম্ভৱ কৰিছে৷