ভ্রুণে এটা বস্তুক খামুচি ধৰিব
আৰু মূৰটো আগলৈ আৰু পিচলৈ লৰাবও পাৰে,
চুয়াল খুলিব আৰু বন্ধ কৰিব, জিভাখন লৰাব,
দীঘল উশাহ লব আৰু বঢ়াব পাৰে৷
মুখমণ্ডলত স্নায়ু অনুভূতিগ্রাহী ইন্দ্রিয়,
হাতদুটাৰ তলুৱা আৰু ভৰিৰ তলুৱাই অলপ
চুলেই গম পাব পাৰে৷
"ভৰিব তলুৱাত অলপ স্পর্শ কৰিলেই"
ভ্রুণে তপিনা আৰু আঠু ঘূৰাব আৰু
ভৰিৰ তলুৱা বেঁকা কৰিব পাৰে৷