প্রায় ২ ১/২ সপ্তাহমানৰ পাচত
এপিব্লাস্টে ৩টা বিশেষ ধৰণৰ
পাতল কোষ-ছাল বা
এক্টোডার্ম, এন্ডোডার্ম আৰু মেচোডার্ম
নামৰ
পাতল কোষ-ছাল গঠন কৰে।
এক্টোডার্মে অসংখ্য অঙ্গ-প্রত্যঙ্গ
যেনেদৰে মস্তিষ্ক
মেৰুদণ্ড
স্নায়ু
ছাল
নখ
আৰু চুলি ইত্যাদি সৃষ্টি কৰে।
এক্টোডার্মে শ্বাস-নিশ্বাস প্রণালী আৰু
হজমী নলীৰ বাহিৰৰ আবৰণ গঠণ কৰে
আৰু প্রধান অঙ্গবোৰ
যেনেদৰে কলিজা
আৰু গঠন কৰে।
মেচোডার্মে হৃদয়,
মূত্রাশয়,
হাড়,
কোমলাস্থি,
মাংসপেশী,
তেজৰ কণিকা,
আৰু অন্য গাঁথনিবোৰ গঠন কৰে।